কাৰাগাৰত থকা অভিযুক্তই যাতে জামিন লাভ নকৰে তাৰ বাবে আইনগত ব্যৱস্থা ল’বলৈ আহ্বান।
- জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যপালক সাক্ষাৎ গৰিমা গাৰ্গসহ শিল্পী,অভিনেতাৰ এটা দলৰ
- ৭ দফীয়া দাবীৰে ৰাজ্যপালক প্ৰদান কৰিলে স্মাৰক পত্ৰ
- মঞ্জুলা বৰা, অৰুণ হাজৰিকা, ৰাজেশ ভূঞা, ৰাহুল গৌতম শর্মা, জয়ন্ত কাকতি আছিল দলটোত
- কাৰাগাৰৰ পৰা জামিনত ওলাই অহা অভিযুক্তসকলৰ বিৰুদ্ধে পুনৰ গোচৰ চলোৱাৰ আহ্বান
- কাৰাগাৰত থকা অভিযুক্তই যাতে জামিন লাভ নকৰে তাৰ বাবে আইনগত ব্যৱস্থা ল’বলৈ আহ্বান