মানকাচৰৰ বোৱালিয়া প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা। শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকক দাৰে আক্ৰমণ দুৰ্বৃত্তৰ। গুৰুতৰভাৱে আহত বিদ্যালয়খনৰ সহকাৰী শিক্ষক দীপাংকৰ দাস।
- মানকাচৰৰ বোৱালিয়া প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা
- শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকক দাৰে আক্ৰমণ দুৰ্বৃত্তৰ
- গুৰুতৰভাৱে আহত বিদ্যালয়খনৰ সহকাৰী শিক্ষক দীপাংকৰ দাস
- আক্ৰমণৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্বৃত্তৰ
- স্থানীয় যুৱকৰ বিৰুদ্ধে শিক্ষকগৰাকীক আক্ৰমণৰ অভিযোগ
- ঘটনাক লৈ অব্যাহত ব্য়াপক প্ৰতিক্ৰিয়া