ৰহাত নিচাযুক্ত দ্ৰব্যসহ ই-ৰিক্সা জব্দ

কমাৰজানত গোপন সূত্ৰৰ পম খেদি ৰহা আৰক্ষীয়ে জব্দ কৰে ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন ই ৰিক্সা। 

  • ৰহা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
  • ৰহাৰ কমাৰজানত গোপন সূত্ৰৰ পম খেদি ৰহা আৰক্ষীয়ে জব্দ কৰে ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন ই ৰিক্সা।
  • আটক দুজন ড্ৰাগছ ব্যৱসায়ী।
  • ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনৰ নাম হাৰোন ৰছিদ আৰু ইমৰাণ হুছেইন বুলি জানিব পৰা গৈছে।
  • নগাঁৱৰ চলচলীৰ পৰা AS 02 EC 4836 নম্বৰৰ ই ৰিক্সাৰে ড্ৰাগছ লৈ অহি থকা অৱস্থাত ৰহাৰ কমাজানত আটক কৰে ৰহা আৰক্ষীয়ে।
  • ধৃত হাৰোন ৰছিদৰ ঘৰ কাকতিগাঁও আৰু ইমৰাণ হুছেইনৰ ঘৰ চিওগুৰীত বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

©2026. All rights reserved. Designed by Aakha Technology .