মানকাচৰত শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকক দাৰে আক্ৰমণ

মানকাচৰৰ বোৱালিয়া প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা। শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকক দাৰে আক্ৰমণ দুৰ্বৃত্তৰ। গুৰুতৰভাৱে আহত বিদ্যালয়খনৰ সহকাৰী শিক্ষক দীপাংকৰ দাস।

  • মানকাচৰৰ বোৱালিয়া প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা
  • শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকক দাৰে আক্ৰমণ দুৰ্বৃত্তৰ
  • গুৰুতৰভাৱে আহত বিদ্যালয়খনৰ সহকাৰী শিক্ষক দীপাংকৰ দাস
  • আক্ৰমণৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্বৃত্তৰ
  • স্থানীয় যুৱকৰ বিৰুদ্ধে শিক্ষকগৰাকীক আক্ৰমণৰ অভিযোগ
  • ঘটনাক লৈ অব্যাহত ব্য়াপক প্ৰতিক্ৰিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *

©2026. All rights reserved. Designed by Aakha Technology .