দোষীয়ে শাস্তি পাবই লাগিব, জুবিন গাৰ্গে ন্যায় পাবই লাগিব’

কাৰাগাৰত থকা অভিযুক্তই যাতে জামিন লাভ নকৰে তাৰ বাবে আইনগত ব্যৱস্থা ল’বলৈ আহ্বান।

  • জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যপালক সাক্ষাৎ গৰিমা গাৰ্গসহ শিল্পী,অভিনেতাৰ এটা দলৰ
  • ৭ দফীয়া দাবীৰে ৰাজ্যপালক প্ৰদান কৰিলে স্মাৰক পত্ৰ
  • মঞ্জুলা বৰা, অৰুণ হাজৰিকা, ৰাজেশ ভূঞা, ৰাহুল গৌতম শর্মা, জয়ন্ত কাকতি আছিল দলটোত
  • কাৰাগাৰৰ পৰা জামিনত ওলাই অহা অভিযুক্তসকলৰ বিৰুদ্ধে পুনৰ গোচৰ চলোৱাৰ আহ্বান
  • কাৰাগাৰত থকা অভিযুক্তই যাতে জামিন লাভ নকৰে তাৰ বাবে আইনগত ব্যৱস্থা ল’বলৈ আহ্বান

Leave a Reply

Your email address will not be published. Required fields are marked *

©2026. All rights reserved. Designed by Aakha Technology .