কমাৰজানত গোপন সূত্ৰৰ পম খেদি ৰহা আৰক্ষীয়ে জব্দ কৰে ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন ই ৰিক্সা।
- ৰহা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
- ৰহাৰ কমাৰজানত গোপন সূত্ৰৰ পম খেদি ৰহা আৰক্ষীয়ে জব্দ কৰে ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন ই ৰিক্সা।
- আটক দুজন ড্ৰাগছ ব্যৱসায়ী।
- ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনৰ নাম হাৰোন ৰছিদ আৰু ইমৰাণ হুছেইন বুলি জানিব পৰা গৈছে।
- নগাঁৱৰ চলচলীৰ পৰা AS 02 EC 4836 নম্বৰৰ ই ৰিক্সাৰে ড্ৰাগছ লৈ অহি থকা অৱস্থাত ৰহাৰ কমাজানত আটক কৰে ৰহা আৰক্ষীয়ে।
- ধৃত হাৰোন ৰছিদৰ ঘৰ কাকতিগাঁও আৰু ইমৰাণ হুছেইনৰ ঘৰ চিওগুৰীত বুলি জানিব পৰা গৈছে।