গুৱাহাটীত সততা, দুৰ্নীতি বিৰোধী সজাগতা পদযাত্ৰা
সততা, স্বচ্ছতা আৰু নৈতিকতাৰ প্ৰসাৰ তথা দুৰ্নীতিৰ বিৰুদ্ধে জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে ইণ্ডিয়ান বেংকৰ গুৱাহাটী মণ্ডলৰ উদ্যোগত আজি ‘সতর্কতা সজাগতা সপ্তাহ ২০২৬’ উপলক্ষে…. ডিজিটেল ডেস্ক: সততা, স্বচ্ছতা আৰু নৈতিকতাৰ প্ৰসাৰ তথা দুৰ্নীতিৰ বিৰুদ্ধে জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে ইণ্ডিয়ান বেংকৰ গুৱাহাটী মণ্ডলৰ উদ্যোগত আজি ‘সতর্কতা সজাগতা সপ্তাহ ২০২৬’ উপলক্ষে গুৱাহাটীৰ সতী ৰাধিকা স্মৃতি উদ্যানস্থিত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত এক...
বিশ্বনাথ ঘাটৰ পৰা শুভাৰম্ভ ব্ৰহ্মপুত্ৰ নৌ-অভিযান ‘MENU 2026’
বীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু সাহসক সোঁৱৰণ কৰি আজি বিশ্বনাথ ঘাটৰ পৰা শুভাৰম্ভ কৰা হ’ল ব্ৰহ্মপুত্ৰ নৌ-চালন অভিযান ‘মেনু ২০২৬’ (MENU 2026)। ডিজিটেল সংবাদ, বিশ্বনাথঃ বীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু সাহসক সোঁৱৰণ কৰি আজি বিশ্বনাথ ঘাটৰ পৰা শুভাৰম্ভ কৰা হ’ল ব্ৰহ্মপুত্ৰ নৌ-চালন অভিযান ‘মেনু ২০২৬’ (MENU 2026)। উত্তৰ-পূব অঞ্চলৰ NCC সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত এই অভিযানত...
ৰহাত নিচাযুক্ত দ্ৰব্যসহ ই-ৰিক্সা জব্দ
কমাৰজানত গোপন সূত্ৰৰ পম খেদি ৰহা আৰক্ষীয়ে জব্দ কৰে ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন ই ৰিক্সা।
দোষীয়ে শাস্তি পাবই লাগিব, জুবিন গাৰ্গে ন্যায় পাবই লাগিব’
কাৰাগাৰত থকা অভিযুক্তই যাতে জামিন লাভ নকৰে তাৰ বাবে আইনগত ব্যৱস্থা ল’বলৈ আহ্বান।
মানকাচৰত শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকক দাৰে আক্ৰমণ
মানকাচৰৰ বোৱালিয়া প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা। শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষকক দাৰে আক্ৰমণ দুৰ্বৃত্তৰ। গুৰুতৰভাৱে আহত বিদ্যালয়খনৰ সহকাৰী শিক্ষক দীপাংকৰ দাস।
ধিঙৰ ক্ষতিগ্ৰস্ত পৰিয়াললৈ বিধায়ক মেহবুব মোক্তাৰৰ সহায়ৰ হাত
এই দুৰ্ঘটনাত পৰিয়ালটোৰ বাসগৃহ সম্পূর্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰৰ নগদ ধন, হাঁহ-কুকুৰা, গৰু-ছাগলীসহ প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি নিমিষতে ছাই হৈ পৰে। ডিজিটেল সংবাদ,ধিংঃ ধিং সমষ্টিৰ পটিয়া চাপৰি-ৰৌমাৰী গাঁও পঞ্চায়তৰ বৰ’ৰাধাআটীত সম্প্ৰতি সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত সৰ্বস্ব হেৰুওৱা আকবৰ আলীৰ পৰিয়ালটোৰ কাষত আৰ্থিক সাহায্যৰে আশ্ৰয়ৰ হাত আগবঢ়াইছে ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰে। উল্লেখ্য যে, যোৱা ১৯...